Rouf Rouf 02

Rouf Rouf 02

Share

সৌন্দৰ্য মুখত নাই, সৌন্দৰ্য হৃদয়ৰ এক পোহৰ।
পৰিস্থিতি সলনি হয়। আপোনজনেও এৰি গুচি যায়।কিন্তু জীৱনটো থমকি নৰয়।জীৱনে নিজৰ গতিত আগবাঢ়ি গৈ থাকে।

27/08/2026

পানীৰ লগে বলডাৰ, নেপাল শেষ হৈ গ'ল।

27/08/2026

Good morning everyone ☀️🌞🌅

26/08/2026

Eid Miladun Nabi...

26/08/2026

Shout out to my newest followers! Excited to have you onboard! Anil Payeng, Yasmin Bagom, Rashma Ahamed, Mukesh Rai, Marjan Begum

25/08/2026

📌 মামাৰ তুলি,ওপৰৰ পৰা ঠিকেই দিয়ে তলতে খেলি মেলি হোৱা যেন লাগে

25/08/2026

🎉 I earned the emerging talent badge this week, recognising me for creating engaging content that sparks an interest among my fans!

24/08/2026

তামাম ফুৰ্তি পাইছে।

24/08/2026

Good morning everyone ☀️☺️🌞
উওৰ লক্ষিমপুৰৰ গ্ৰাম্য অনুভূতিত ,এটি সুন্দৰ মূহুৰ্ত পাৰ কৰিলোঁ। ছোৱালী জনীৰ মূৰত এইদৰে হাত বোলাই আশীৰ্বাদ কৰিছে, ছোৱালী জনীয়ে আইতা আইতা কৈ মাতিছে,খুৰিমাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।
#গ্ৰাম্যঅনুভূতি

23/08/2026

Good afternoon Friends
নিশ্চয় অনাগত দিনত আইপিএলত দেখা পোৱা যাব দুই,চাৰিজন।

Want your business to be the top-listed Beauty Salon in Barpeta?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Vill Garemari Pather
Barpeta
781314